Skip to main content

WazirXত RNDR/USDTৰ ট্ৰেডিং (RNDR/USDT trading on WazirX)

By এপ্ৰিল 21, 2022মে’ 4th, 20222 minute read

নমস্কাৰ ৰাইজ!  🙏

Render টোকেন WazirXত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT বজাৰত RNDR ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰে।

RNDR/USDTৰ ট্ৰেডিং WazirX ত এতিয়া লাইভ! ভাগ-বতৰা কৰক

RNDR ৰ জমা আৰু উলিওৱাৰ বিষয়ে আপুনি কি ভাবে?

Render টোকেন আমাৰ দ্ৰুত তালিকাকৰণ প্ৰচেষ্টাৰ এটা অংশ। সেয়েহে আমি Binance জৰিয়তে WazirX ত ইয়াৰ জমা সক্ষম কৰি RNDR ৰ ট্রেডিং আৰম্ভ কৰিম।

আপোনাৰ বাবে ইয়াৰ অৰ্থ কি?

  • জমা — আপুনি Binance ৱালেটৰ পৰা WazirX লৈ RNDR জমা কৰিব পাৰে।
  • ট্ৰেডিং — আপুনি আমাৰ USDT বজাৰত RNDR ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰে। আপুনি যেতিয়া RNDR ক্ৰয় কৰিব সেয়া আপোনাৰ “পুঁজি”ত প্ৰদৰ্শিত হ’ব।
  • উলিয়াই অনা — তালিকাভুক্তিৰ কেইদিনমানৰ ভিতৰত আপুনি RNDR উলিয়াই আনিবলৈ সক্ষম হ’ব।.

RNDR ৰ বিষয়ে

RenderToken (RNDR) হৈছে এক বিতৰণ কৰা GPU ৰেণ্ডাৰিং নেটৱৰ্ক, যিটো GPU সক্ষমতা ভাড়ালৈ দিব খোজা মাইনিং পাৰ্টনাৰসকলৰ সৈতে GPU কম্পিউট পাৱাৰৰ প্ৰয়োজন থকা শিল্পী আৰু ষ্টুডিঅ’সমূহক যুক্ত কৰিবলৈ ইথেৰিয়াম ব্লকচেইনৰ ওপৰত নিৰ্মিত এক ৰেণ্ডাৰিং নেটৱৰ্ক। ই হৈছে GPU যোগানদাতাসকলৰ (ন’ড অপাৰেটৰসকল) পৰা শিল্পীসকলে GPU কম্পিউট পাৱাৰ বিনিময় কৰিবৰ বাবে ব্যৱহৃত এক ERC-20 ইউটিলিটি টোকেন। RNDR-এ কৰ্ম পদ্ধতিৰ এক কম্বিনেশ্যন মেনুৱেল আৰু অটোমেটিক প্ৰুফ ব্যৱহাৰ কৰে, যাতে পৰিশোধ হোৱাৰ আগতে আটাইবোৰ শিল্প-ছবি ভালদৰে ৰেণ্ডাৰ হোৱাটো নিশ্চিত কৰিব পাৰি। ইথেৰিয়াম ব্লকচেইনৰ অন্তৰ্গত নিৰাপত্তা ব্যৱহাৰ কৰি আপল’ড হোৱাৰ পাছত মালিকীস্বত্ব থকা সম্পদসমূহ হেশ্ব কৰা হয় আৰু ৰেণ্ডাৰিঙৰ বাবে ন’ড পিচমীললৈ প্ৰেৰণ কৰা হয়।

  • ট্ৰেডিং মূল্য (এই লিখাৰ সময়ত): $2.08 USD
  • গ্ল’বেল মাৰ্কেট কেপ (এই লিখাৰ সময়ত): $505,119,146 USD
  • গ্ল’বেল ট্ৰেডিঙৰ পৰিমাণ (এই লিখাৰ সময়ত): $16,391,209 USD
  • সঞ্চালিত যোগান: 242,706,715.70 RNDR
  • মুঠ যোগান: 530,962,615 RNDR

আপোনাৰ বন্ধুৰ সৈতে ভাগ-বতৰা কৰক

শুভ ট্রেডিং!  🚀

বিপদাশংকাৰ সতৰ্কবাণী: ক্ৰিপ্ট’ ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ ওপৰত নিৰ্ভৰশীল। অনুগ্ৰহ কৰি নিশ্চিত কৰক যাতে আপুনি নতুনকৈ তালিকাভুক্ত টোকেনৰ ট্রেডিং কৰোঁতে পৰ্যাপ্ত বিপদাশংকা মূল্যায়ন কৰে কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirX য়ে উচ্চ-মানদণ্ডৰ মুদ্ৰা বাছনি কৰিবলৈ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা কৰিব কিন্তু আপোনাৰ ট্রেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।

Leave a Reply

[wd_hustle id="4" type="embedded"/]