
Table of Contents
This article is available in the following languages:
নমস্কাৰ গোট! 🙏
পেৰিছ ছেইণ্ট-জাৰ্মান ফেন টোকেন WazirX-ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটত PSG ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।
WazirX-ত PSG/USDT ট্ৰেডিং লাইভ হয়! ইয়াক শ্বেয়াৰ কৰক
PSG জমা আৰু উইড্ৰৱেলৰ বিষয়ে কি ক’ব পাৰি?
PSG আমাৰ ৰেপিড লিষ্টিং পদক্ষেপৰএক অংশ। সেয়েহ, আমি বাইনেন্সৰ যোগেদি WazirX-ত ইয়াৰ জমা সক্ৰিয় কৰি PSG-ৰ ট্ৰেডিং আৰম্ভ কৰিম।
আপোনাৰ বাবে ই কি অৰ্থবহন কৰে?
- জমা — আপুনি বাইনেন্সৰ ৱালেটৰ পৰা WazirX-ত PSG জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটত PSG ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি PSG ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- উইড্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে PSG উইড্ৰৱেল কৰিব পাৰিব।
PSG-ৰ বিষয়ে
পেৰিছ ছেইণ্ট জাৰ্মেইন (PSG) ফেন টোকেন হৈছে পেৰিছ ছেইণ্ট জাৰ্মেইন ফুটবল ক্লাবৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত এক ক্ৰিপ্টোকাৰেন্সী। ইয়াৰ অৰ্থ হৈছে, উদাহৰণ স্বৰূপে, যেতিয়া ক্লাবটোৱে এজন নতুন খেলুৱৈক স্বাক্ষৰ কৰে – যেনে তাৰকা লিঅ’নেল মেছি (যি $PSG টোকেনক তেওঁৰ দৰমহাৰ অংশ হিচাপে লৈছিল) – সাধাৰণতে টোকেনৰ মূল্য বৃদ্ধি হয়, কিয়নো অনুৰাগীসকলে অৰ্থপূৰ্ণ বাস্তৱিক বিশ্বৰ আলোচনাৰ জৰিয়তে তেওঁলোকৰ ক্লাবৰ বাবে নেতৃত্বৰ সিদ্ধান্ত লোৱাত ভূমিকা পালন কৰিব বিচাৰে। NFT-ৰ বিপৰীতে, ফেন টোকেনবোৰ ফাংগিবল, অৰ্থাৎ ফিয়াট বা নগদ ধনৰ দৰে, সেইবোৰ একচেটিয়া সামগ্ৰী বা অনুৰাগীৰ অভিজ্ঞতাৰ বাবে বিনিময় কৰিব পাৰি।
- ট্ৰেডিং মূল্য (লিখাৰ সময়ত): $7.62 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $23,719,007 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $22,471,461 USD
- প্ৰচলিত যোগান: 3,111,216 PSG
- মুঠ যোগান: 20,000,000 PSG
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirX-এ উচ্চ-মানৰ কইনছ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
