
Table of Contents
নমস্কাৰ গোট! 🙏
AC মিলান ফেন টোকেন WazirX-ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটত ACM ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।
WazirX-ত ACM/USDT ট্ৰেডিং লাইভ হয়! ইয়াক শ্বেয়াৰ কৰক
ACM জমা আৰু উইড্ৰৱেলৰ বিষয়ে কি ক’ব পাৰি?
AC মিলান ফেন টোকেন আমাৰ ৰেপিড লিষ্টিং পদক্ষেপৰএক অংশ। সেয়েহ, আমি বাইনেন্সৰ যোগেদি WazirX-ত ইয়াৰ জমা সক্ৰিয় কৰি ACM-ৰ ট্ৰেডিং আৰম্ভ কৰিম।
আপোনাৰ বাবে ই কি অৰ্থবহন কৰে?
- জমা — আপুনি বাইনেন্সৰ ৱালেটৰ পৰা WazirX-ত ACM জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটত ACM ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি ACM ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- উইড্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে ACM উইড্ৰৱেল কৰিব পাৰিব।
ACM-ৰ বিষয়ে
AC মিলান ফেন টোকেন (ACM) হৈছে ছ’চিয়ছৰ অধীনৰ বিভিন্ন আন্তৰ্জাতিক ফুটবল ক্লাবৰ 40 টা ফেন টোকেনৰ ভিতৰত এটা যি এই ক্লাববোৰৰ অনুৰাগীসকলক ক্লাববোৰৰ সিদ্ধান্ত লোৱাত অংশীদাৰী লাভ কৰিবলৈ, ভিআইপি পুৰস্কাৰ অৰ্জন কৰিবলৈ আৰু একচেটিয়া প্ৰচাৰ, গেম, চেটৰ প্ৰৱেশাধিকাৰ আনলক কৰাৰ লগতে এজন চুপাৰফেন হিচাপে স্বীকৃতি পোৱাৰ সুযোগ অৰ্জন কৰিবলৈ সক্ষম কৰে। ACM হৈছে Chiliz চেইনত এক উপযোগিতা টোকেন (Chiliz-ৰ দ্বাৰা নিৰ্মিত – Chiliz এটা ফিনটেক ব্লকচেইন কোম্পানী), ইথেৰিয়ামত নিৰ্মিত প্ৰুফ-অফ-অথৰিটি চাইডচেইন। আন অনুৰাগীৰ টোকেনৰ দৰে, AC মিলান ফেন টোকেনে AC মিলানৰ অনুৰাগীসকলক দলটোৱে কেনেদৰে কাম কৰে তাৰ ওপৰত প্ৰভাৱ ৰখাৰ শক্তি প্ৰদান কৰে, দলৰ নিৰ্বাচনত ভোট দি যাক দলবোৰে বিবেচনা কৰিব লাগিব। ACM ধাৰকসকলে কৰিব পৰা পৰিৱৰ্তনৰ উদাহৰণবোৰৰ ভিতৰত আছে জাৰ্চী ডিজাইন বাছনি কৰা, প্ৰশিক্ষণ স্থানৰ নাম দিয়া, আৰু পৰৱৰ্তী অনুৰাগী অনুষ্ঠানটো বাছনি কৰা। ACM-এ প্ৰতিজন AC মিলান অনুৰাগীৰ পুৰস্কাৰ পইণ্ট অৰ্জন কৰি, ভিআইপি অভিজ্ঞতা প্ৰাপ্ত কৰি আৰু ক্লাব মাৰ্চ ক্ৰয় কৰি দলটোৰ প্ৰতি তেওঁলোকৰ আনুগত্য আৰু সমৰ্থন প্ৰদৰ্শন কৰাৰ সুযোগৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। আন বহুতো ক্ৰিপ্টো প্লেটফৰ্মৰ দৰে, আপোনাৰ ওচৰত যিমান বেছি টোকেন থাকে, আপোনাক টোকেনবেছত উচ্চ স্তৰৰ প্ৰভাৱৰ নিশ্চয়তা দিয়ে।
- ট্ৰেডিং মূল্য (লিখাৰ সময়ত): $3.49 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $10,964,235 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $25,219,819 USD
- প্ৰৱাহমান যোগান: 3,141,172.00 ACM
- মুঠ যোগান: 20,000,000 CITY
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirX-এ উচ্চ-মানৰ কইনছ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
