
নমস্কাৰ গোট!
আপোনাৰ ক্ৰিপ্টো যাত্ৰা অধিক সহজসাধ্য, মসৃণ আৰু দ্ৰুত হোৱাটো নিশ্চিত কৰিবলৈ আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ; এবাৰত এটা এটাকৈ বিশেষত্ব লৈ। উইথড্ৰ’ৱেল প্ৰক্ৰিয়াটো দ্ৰুত, সুৰক্ষিত আৰু অসুবিধামুক্ত হোৱাটো নিশ্চিত কৰিবলৈ, আমি বহু-অনুৰোধকৃত এড্ৰেচ বুকৰ সুবিধা প্ৰৱৰ্তন কৰিছোঁ।
ব্যৱহাৰকাৰীসকলে এতিয়া এড্ৰেচ আৰু মেমোৰ বিৱৰণ প্ৰবিষ্ট কৰাৰ বিষয়ে চিন্তা নকৰাকৈ এড্ৰেচ বুকৰ পৰা পোনপটীয়াকৈ এড্ৰেচ এটা বাছনি কৰি উইথড্ৰ’ৱেল প্ৰক্ৰিয়াৰ সময়ত সময় ৰাহি কৰিব পাৰে।
এড্ৰেচ বুক কেনেদৰে ব্যৱহাৰ কৰিব?
ৱেব:
- আপোনাৰ WazirX Account-ত লগইন কৰক
- ফাণ্ড -লৈ যাওক
- “উইড্ৰৱেলত” ক্লিক কৰক
- “ছেভড এড্ৰেচত” ক্লিক কৰক
- ব্যৱহাৰকাৰীসকলে আগতে ছেভ কৰা এড্ৰেচসমূহ চাবলৈ সক্ষম হ’ব আৰু লগতে নতুন এড্ৰেচ যোগ দিয়াৰ বিকল্পও থাকিব।
- যদি প্ৰথমবাৰৰ বাবে এড্ৰেচ ছেভ কৰা হয়:
- “এড এড্ৰেচত” ক্লিক কৰক
- আপুনি ছেভ কৰিব বিচৰা গন্তব্য এড্ৰেচ প্ৰবিষ্ট কৰক
- প্ৰয়োজন হ’লে মেমো টেগ প্ৰবিষ্ট কৰক
- “ছেভত” ক্লিক কৰক
- পূৰ্বতে ছেভ কৰা এড্ৰেচসমূহ নিৰ্বাচন কৰিবলৈ
- ইতিমধ্যে ছেভ কৰি থোৱা গন্তব্য এড্ৰেচসমূহৰ পৰা নিৰ্বাচন কৰক
- যদি প্ৰথমবাৰৰ বাবে এড্ৰেচ ছেভ কৰা হয়:


ম’বাইল:
- ফাণ্ড -লৈ যাওক
- “উইড্ৰৱেলত” ক্লিক কৰক
- “কনটেক্ট বুক আইকনত” ক্লিক কৰক
- ব্যৱহাৰকাৰীসকলে আগতে ছেভ কৰি থোৱা এড্ৰেচসমূহ চাবলৈ সক্ষম হ’ব আৰু লগতে নতুন এড্ৰেচ যোগ দিয়াৰ বিকল্পও থাকিব।
- যদি প্ৰথমবাৰৰ বাবে এড্ৰেচ ছেভ কৰা হয়:
- “এড এড্ৰেচত” ক্লিক কৰক
- আপুনি ছেভ কৰিব বিচৰা গন্তব্য এড্ৰেচ প্ৰবিষ্ট কৰক
- প্ৰয়োজন হ’লে মেমো টেগ প্ৰবিষ্ট কৰক
- “ছেভত” ক্লিক কৰক
- পূৰ্বতে ছেভ কৰা এড্ৰেচসমূহ নিৰ্বাচন কৰিবলৈ
- ইতিমধ্যে ছেভ কৰি থোৱা গন্তব্য এড্ৰেচসমূহৰ পৰা নিৰ্বাচন কৰক
- যদি প্ৰথমবাৰৰ বাবে এড্ৰেচ ছেভ কৰা হয়:



আমি আশা কৰোঁ এড্ৰেচ বুকে আপোনাৰ অভিজ্ঞতা সমৃদ্ধ কৰিব আৰু আপোনাৰ ক্ৰিপ্টো যাত্ৰাত আপোনাক সহায় কৰিব।
শুভ ট্ৰেডিং!
