Skip to main content

ক্ৰিপ্টো উইথড্ৰ’ৱেলৰ বাবে এড্ৰেচ বুকৰ সুবিধা

By জুন 29, 2022জুলাই 28th, 20221 minute read
Address Book Feature for Crypto Withdrawal

নমস্কাৰ গোট!

আপোনাৰ ক্ৰিপ্টো যাত্ৰা অধিক সহজসাধ্য, মসৃণ আৰু দ্ৰুত হোৱাটো নিশ্চিত কৰিবলৈ আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ; এবাৰত এটা এটাকৈ বিশেষত্ব লৈ। উইথড্ৰ’ৱেল প্ৰক্ৰিয়াটো দ্ৰুত, সুৰক্ষিত আৰু অসুবিধামুক্ত হোৱাটো নিশ্চিত কৰিবলৈ, আমি বহু-অনুৰোধকৃত এড্ৰেচ বুকৰ সুবিধা প্ৰৱৰ্তন কৰিছোঁ। 

ব্যৱহাৰকাৰীসকলে এতিয়া এড্ৰেচ আৰু মেমোৰ বিৱৰণ প্ৰবিষ্ট কৰাৰ বিষয়ে চিন্তা নকৰাকৈ এড্ৰেচ বুকৰ পৰা পোনপটীয়াকৈ এড্ৰেচ এটা বাছনি কৰি উইথড্ৰ’ৱেল প্ৰক্ৰিয়াৰ সময়ত সময় ৰাহি কৰিব পাৰে।

এড্ৰেচ বুক কেনেদৰে ব্যৱহাৰ কৰিব?

ৱেব:

  1. আপোনাৰ WazirX Account-ত লগইন কৰক
  2.  ফাণ্ড -লৈ যাওক
  3. “উইড্ৰৱেলত” ক্লিক কৰক
  4. “ছেভড এড্ৰেচত” ক্লিক কৰক
  5. ব্যৱহাৰকাৰীসকলে আগতে ছেভ কৰা এড্ৰেচসমূহ চাবলৈ সক্ষম হ’ব আৰু লগতে নতুন এড্ৰেচ যোগ দিয়াৰ বিকল্পও থাকিব।
    1. যদি প্ৰথমবাৰৰ বাবে এড্ৰেচ ছেভ কৰা হয়:
      1. “এড এড্ৰেচত” ক্লিক কৰক
      2. আপুনি ছেভ কৰিব বিচৰা গন্তব্য এড্ৰেচ প্ৰবিষ্ট কৰক
      3. প্ৰয়োজন হ’লে মেমো টেগ প্ৰবিষ্ট কৰক 
      4. “ছেভত” ক্লিক কৰক
    2. পূৰ্বতে ছেভ কৰা এড্ৰেচসমূহ নিৰ্বাচন কৰিবলৈ
      1. ইতিমধ্যে ছেভ কৰি থোৱা গন্তব্য এড্ৰেচসমূহৰ পৰা নিৰ্বাচন কৰক

ম’বাইল:

  1.  ফাণ্ড -লৈ যাওক
  2. “উইড্ৰৱেলত” ক্লিক কৰক
  3. “কনটেক্ট বুক আইকনত” ক্লিক কৰক
  4. ব্যৱহাৰকাৰীসকলে আগতে ছেভ কৰি থোৱা এড্ৰেচসমূহ চাবলৈ সক্ষম হ’ব আৰু লগতে নতুন এড্ৰেচ যোগ দিয়াৰ বিকল্পও থাকিব।
    1. যদি প্ৰথমবাৰৰ বাবে এড্ৰেচ ছেভ কৰা হয়:
      1. “এড এড্ৰেচত” ক্লিক কৰক
      2. আপুনি ছেভ কৰিব বিচৰা গন্তব্য এড্ৰেচ প্ৰবিষ্ট কৰক
      3. প্ৰয়োজন হ’লে মেমো টেগ প্ৰবিষ্ট কৰক 
      4. “ছেভত” ক্লিক কৰক
    2. পূৰ্বতে ছেভ কৰা এড্ৰেচসমূহ নিৰ্বাচন কৰিবলৈ
      1. ইতিমধ্যে ছেভ কৰি থোৱা গন্তব্য এড্ৰেচসমূহৰ পৰা নিৰ্বাচন কৰক

আমি আশা কৰোঁ এড্ৰেচ বুকে আপোনাৰ অভিজ্ঞতা সমৃদ্ধ কৰিব আৰু আপোনাৰ ক্ৰিপ্টো যাত্ৰাত আপোনাক সহায় কৰিব। 

শুভ ট্ৰেডিং!

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply