
Table of Contents
নমস্কাৰ ৰাইজ! 🙏
বাৰ্ণব্ৰীজ (BarnBridge) WazirX ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটত ব’ণ্ড(BOND) ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।
WazirXত BOND/USDT ট্ৰেডিং লাইভ হয় ! ইয়াক শ্বেয়াৰ কৰক
ব’ণ্ড(BOND)জমা আৰু উইথড্ৰ’ৱেলৰ বিষয়ে কি জানে?
বাৰ্ণব্ৰীজ (BarnBridge) আমাৰ দ্ৰুত তালিকাভুক্ত প্ৰাৰম্ভিক পদাক্ষেপৰ এক অংশ। সেয়েহে, আমি Binanceৰ যোগেদি WazirXত ইয়াৰ জমা সক্ৰিয় কৰাৰ দ্বাৰা ব’ণ্ড(BOND) ট্ৰেডিং আৰম্ভ কৰিম।
আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?
- জমা — আপুনি Binance ৱালেটৰ পৰা WazirXত ব’ণ্ড(BOND) জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটত ব’ণ্ড(BOND) ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি ব’ণ্ড(BOND) ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- উইথড্ৰ’ৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে ব’ণ্ড(BOND) উইথড্ৰ’ৱেল কৰিব পাৰিব।
ব’ণ্ডৰ(BOND) বিষয়ে
2019চনত স্থাপিত বাৰ্ণব্ৰিজ বিপদাশংকা চিহ্নিত কৰাৰ বাবে এক প্ৰ’টোকল। ইয়াক চেপ্তেম্বৰ 2020 চনত আৰম্ভ কৰা হৈছিল। বাৰ্ণব্ৰিজ ব্যৱসায় কৰিব পৰা টোকেন সৃষ্টি কৰাৰ বাবে এক প্ৰকাৰৰ বিকেন্দ্ৰিকৃত বিত্তীয় (DeFi) লেগো যি বজাৰৰ অস্থিৰতা এজন উপভোক্তাৰ আগত উদঙাই ধৰে। বাৰ্ণব্ৰিজ এনে এটা প্ৰকল্প যি ইয়াক অধিক নমনীয় আৰু ফলপ্ৰসূ কৰাৰ বাবে DeFiৰ কাৰ্য্যকলাপ প্ৰসাৰ কৰে। বজাৰৰ উঠা-নমা আৰু বিপদাশংকা প্ৰকাশ কৰাৰ দ্বাৰা, ই ৰক্ষণশীল বিনিয়োগকাৰীৰ বাবে অস্থিৰতা কম কৰে বা দৈনিক ট্ৰেডাৰৰ বাবে ইয়াক বৃদ্ধি কৰে। বাৰ্ণব্ৰিজে পাৰম্পৰিক বিপদাশংকা ব্যৱস্থাপনা উপকৰণ আৰু DeFi মাৰ্কেটত স্থিৰ আয়ৰ উপকৰণ সক্ৰিয় কৰে। ইয়াৰ প্ৰধান লক্ষ্য ক্ৰিপ্ত’কাৰেন্সীৰ বিপদাশংকা বিভাজিত কৰা যাতে বজাৰৰ অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ নিজৰ বিপদাশংকাৰ প্ৰফাইলৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰডাক্ট বা সম্পদত বিনিযোগ কৰিব পাৰে।
- ট্ৰেডিং মূল্য (লিখাৰ সময়ত): $5.00 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $33,111,311 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $24,595,363 USD
- বিতৰণ যোগান: 6,619,344 BOND
- মুঠ যোগান: 10,000,000 BOND
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্ট ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীন। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে, আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirXয়ে উচ্চ-মানৰ কইনছ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
