
Table of Contents
নমস্কাৰ ৰাইজ! 🙏
বিস্বপ (Biswap) WazirX ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটত BSW ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।
WazirXত BSW/USDTট্ৰেডিং লাইভ হয় ! ইয়াক শ্বেয়াৰ কৰক
BSW জমা আৰু উইথড্ৰ’ৱেলৰ বিষয়ে কি জানে?
বিশ্বপ (Biswap) আমাৰ দ্ৰুত তালিকাভুক্ত প্ৰাৰম্ভিক পদাক্ষেপৰ এক অংশ। সেয়েহে, আমি Binanceৰ যোগেদি WazirXত ইয়াৰ জমা সক্ৰিয় কৰাৰ দ্বাৰা BSW ট্ৰেডিং আৰম্ভ কৰিম। .
আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?
- জমা — আপুনি Binance ৱালেটৰ পৰা WazirXত BSW জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটত BSW ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি BSWক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- উইথড্ৰ’ৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে BSW উইথড্ৰ’ৱেল কৰিব পাৰিব।
BSW বিষয়ে
বিস্বপ (BSW) বিনান্স স্মাৰ্ট চেইনত(BSC) BEP-20 টোকেনৰ বাবে এক বিকেন্দ্ৰিকৃত এক্সেঞ্জ (DEX)। বিস্বপে যিকোনো BSC এক্সেঞ্জত এক নিম্ন লেনদেন মাচুল 0.1% ৰ প্ৰতিশ্ৰুতি দিয়ে আৰু ইয়াৰ উচ্চ-গুণগত মানৰ প্ৰডাক্ট আৰু সেৱাৰ যোগেদি DeFiত অভিযোজন কৰাৰ দায়বদ্ধতাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ প্ৰসংগ প্ৰণালীয়ে ব্যৱহাৰকাৰীক অন্যক আমন্ত্ৰণ কৰাৰ আৰু ফাৰ্ম, লান্স পুলছ, স্বাইপ, আৰু এটা লটাৰিৰ পৰা উল্লেখ কৰা মাচুল প্ৰাপ্তিৰ অনুমতি দিয়ে।
বিস্বপৰ মূখ্য প্ৰডাক্টত AMM, লিকুইড পুল, য়াল্ড ফাৰ্মিং, এটা NFT মাৰ্কেটপ্লেছ, আৰু এটা IDO লন্সপেডৰ দৰে মানদণ্ডৰ DEX কাৰ্য্য অন্তৰ্ভূক্ত হয়।
- ট্ৰেডিং মূল্য (লিখাৰ সময়ত): $1.13 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $248,159,905 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $129,916,297 USD
- বিতৰণ যোগান: 220,490,009 BSW
- মুঠ যোগান: 257,904,694 BSW
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্ট ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীন। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে, আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirXয়ে উচ্চ-মানৰ কইনছ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
