Skip to main content

WazirXৱেবত ডাৰ্ক মোড (Dark Mode on WazirX Web)

By মে’ 16, 2022জুন 21st, 20221 minute read
Dark Mode on WazirX Web

নমস্কাৰ গোট!

 আমাৰ WazirX ম’বাইল এপ্লিকেশ্বনবোৰত বহুত দিনৰ পৰাই ডাৰ্ক মোড আছে, আৰু সকলোৱে ইয়াক ভাল পাইছে। আমি ডাৰ্ক মোডক কিমান আদৰ কৰোঁ আৰু পছন্দ কৰোঁ তাৰ কোনো দুই ৰায় নাই। সেয়েহে, আপোনালোকৰ ফালৰ পৰা পোৱা অজস্ৰ পৰামৰ্শৰ পিছত, আমি এতিয়া WazirX ৱেবৰ বাবেও বহু প্ৰতীক্ষিত ডাৰ্ক মোড প্ৰৱৰ্তন কৰিছো!

বেছিভাগ একাউণ্টত, ৱেবছাইটত ডিফল্টভাৱে ডাৰ্ক মোড সক্ষম কৰা হ’ব; কিন্তু যদি এইটো নহয়, আপুনি ইয়াক আপোনাৰ একাউণ্টৰ বাবে সক্ষম (বা অক্ষম) কৰিবলৈ এই পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে। 

WazirXৱেবৰ বাবে ডাৰ্ক মোড কেনেদৰে সক্ষম কৰিব?

  • আপোনাৰ WazirX Website-ৰএকাউণ্টত লগইন কৰক.
  • ওপৰৰ সোঁ কোণত থকা এক্সচেঞ্জ পৃষ্ঠাত লাইটমোডৰ পৰা ডাৰ্ক মোডলৈ পৰিৱৰ্তন কৰিবলৈ এটা টগল বুটাম উপলব্ধ আছে.

A picture containing graphical user interface

Description automatically generated

  • টগল বুটামত ক্লিক কৰক.
  • লাইট মোড পুনৰ সক্ষম কৰিবলৈ, আপুনি একেটা টগলত পুনৰ ক্লিক কৰিব পাৰে.

A picture containing chart

Description automatically generated

আমি আশা কৰোঁ যে এই বহু প্ৰতীক্ষিত সুবিধাটোৰ প্ৰৱৰ্তনে আপোনাৰ অভিজ্ঞতা সমৃদ্ধ কৰিব আৰু আপোনাৰ ক্ৰিপ্টো যাত্ৰাত আপোনাক সহায় কৰিব. 

শুভ ট্ৰেডিং! 

Leave a Reply

[wd_hustle id="4" type="embedded"/]