
Table of Contents
নমস্কাৰ গোট! 🙏
হাৰ্ভেষ্ট ফাইনেন্স টোকেনWazirX-ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটত FARM ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।
WazirX-ত FARM/USDT ট্ৰেডিং লাইভ হয়! ইয়াক শ্বেয়াৰ কৰক
FARM জমা আৰু উইড্ৰৱেলৰ বিষয়ে কি ক’ব পাৰি?
হাৰ্ভেষ্ট ফাইনেন্স টোকেনআমাৰ ৰেপিড লিষ্টিং পদক্ষেপৰএক অংশ। সেয়েহ, আমি বাইনেন্সৰ যোগেদি WazirX-ত ইয়াৰ জমা সক্ৰিয় কৰি FARM-ৰ ট্ৰেডিং আৰম্ভ কৰিম।
আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?
- জমা — আপুনিবাইনেন্সৰৱালেটৰ পৰা WazirX-তFARM জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটতFARM ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি FARM ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- উইড্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে FARMউইড্ৰৱেলকৰিব পাৰিব।
FARM-ৰ বিষয়ে
হাৰ্ভেষ্টক এইদৰে বৰ্ণনা কৰা হৈছে যে ই নতুন DeFiপ্ৰট’কলৰ পৰা উপলব্ধ সৰ্বোচ্চ উৎপাদন স্বয়ংক্ৰিয়ভাৱে বিকাশ কৰে,আৰু ই শেহতীয়া কৃষি কৌশল ব্যৱহাৰ কৰি লাভ কৰা উৎপাদনক অধিক ব্যৱহাৰ্য্য কৰি তোলে। FARM হৈছে হাৰ্ভেষ্টৰ বাবে পৰিচালন টোকেন। এইটো দাবী কৰা হয় যে FARM ধাৰীসকলে FARM-ৰ পৰিচালনা কোষাগাৰৰ বাবে প্ৰস্তাৱত ভোট দিব পাৰে আৰু হাৰ্ভেষ্টৰ পৰিচালনাৰ পৰা 5% মাচুল লাভ কৰিব পাৰে
- ট্ৰেডিং মূল্য(লিখাৰ সময়ত): $52.48 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $35,507,061 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $18,550,842 USD
- বিতৰণ যোগান: 676,604.97 FARM
- মুঠ যোগান: 694,730 FARM
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে।WazirX-এ উচ্চ-মানৰ কইনবোৰ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
