Skip to main content

WazirX-ত ALCX/USDT-ৰ ট্ৰেডিং (ALCX/USDT trading on WazirX)

By এপ্ৰিল 19, 2022এপ্ৰিল 29th, 20222 minute read

নমস্কাৰ ৰাইজ! 🙏

Alchemix WazirX ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT বজাৰত ALCX ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰে।

ALCX/USDT ট্ৰেডিং WazirX ত লাইভ হৈছে!  এইটো ভাগ বতৰা কৰক

ALCX জমা কৰা আৰু উলিয়াই অনাৰ বিষয়ে কি ভাবে?

Alchemix আমাৰ দ্ৰুত তালিকাকৰণ প্ৰচেষ্টাৰ এটা অংশ। সেয়েহে আমি Binance ৰ জৰিয়তে WazirX ত ইয়াৰ জমা সক্ষম কৰি ALCX ট্ৰেডিং আৰম্ভ কৰিম।

Get WazirX News First

* indicates required

আপোনাৰ বাবে ইয়াৰ অৰ্থ কি?

  • জমা — আপুনি Binance ৱালেটৰ পৰা WazirX লৈ ALCX জমা কৰিব পাৰে।
  • ট্ৰেডিং — আপুনি আমাৰ USDT বজাৰত ALCX ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰে। যেতিয়া আপুনি ALCX ক্ৰয় কৰিব সেয়া আপোনাৰ “পুঁজি”ত প্ৰদৰ্শিত হ’ব।
  • উলিয়াই অনা — তালিকাভুক্তিৰ কেইদিনমানৰ ভিতৰত আপুনি ALCX উলিয়াই আনিবলৈ সক্ষম হ’ব।

ALCX ৰ বিষয়ে

Alchemix হৈছে এটা নতুন বিকেন্দ্ৰীকৃত বিত্ত(DeFi) ঋণ প্ৰট’কল। ইয়াৰ বিশেষ বৈশিষ্ট:ঋণ যি স্বয়ংক্ৰিয়ভাৱে নিজকে পৰিশোধ কৰে। Alchemix য়ে ঋণ পৰিশোধ কৰাৰ এটা নতুন উপায় উপস্থাপন কৰিছে। ই জমা হোৱাৰ পৰা উপাৰ্জন কৰা উৎপাদন ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীৰ ঋণ পৰিশোধ কৰে। আপুনি আপোনাৰ জমাৰাশি যিমানে দীঘলীয়া সময়ৰ বাবে জমা ৰাখিব আপুনি সিমানে অধিক উৎপাদন উপাৰ্জন কৰিব পাৰিব আৰু ফলস্বৰূপে আপোনাৰ অধিক ঋণ পৰিশোধ কৰা হ’ব। Alchemix ৰ সৈতে আপুনি প্ৰট’কলত এটা জমা কৰে আৰু সেই জমা আপুনি ল’ব পৰা ঋণৰ বাবে জামানত হৈ পৰে: আপুনি জমা কৰা প্ৰতি $2-ৰ বাবে $1 লৈকে। Alchemix য়ে আপোনাৰ জমা বোৰ লয় আৰু উৎপাদন অৰ্জন কৰিবলৈ সেইবোৰ ইয়াৰ্ণৰ ভল্টত ৰাখে। সময়ৰ লগে লগে সেই উৎপাদনে – এই লিখাৰ সময়ত প্ৰায় 12% APY – স্বয়ংক্ৰিয়ভাৱে(বা Alchemix সম্প্ৰদায়ৰ শব্দ ব্যৱহাৰ কৰিলে “স্বয়ংযাদুকৰীভাৱে”) আপোনাৰ ঋণ পৰিশোধ কৰে।

  • ট্ৰেডিং মূল্য (এই লিখাৰ সময়ত): $76.84 USD
  • গ্ল’বেল মাৰ্কেট কেপ (এই লিখাৰ সময়ত): $95,973,099 USD
  • গ্ল’বেল ট্ৰেডিঙৰ পৰিমাণ (এই লিখাৰ সময়ত): $9,149,918 USD
  • সঞ্চালিত যোগান: 1,248,674.61 ALCX
  • মুঠ যোগান: 1,480,526 ALCX

এইটো আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা কৰক

শুভ ট্রেডিং! 🚀

বিপদাশংকাৰ সতৰ্কবাণী: ক্ৰিপ্ট’ ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকা সাপেক্ষে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যাতে আপুনি নতুনকৈ তালিকাভুক্ত টোকেনৰ ট্রেডিং কৰোঁতে পৰ্যাপ্ত বিপদাশংকা মূল্যায়ন কৰে কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirX য়ে উচ্চ-মানদণ্ডৰ মুদ্ৰা বাছনি কৰিবলৈ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা কৰিব কিন্তু আপোনাৰ ট্রেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply