Skip to main content

WazirXত BNX/USDT বাণিজ্য (BNX/USDT trading on WazirX)

By এপ্ৰিল 28, 2022মে’ 13th, 20222 minute read

নমস্কাৰ ৰাইজ! 🙏

BinaryX Token WazirXত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT বজাৰত BNX কিনা, বেচা আৰু 

ব্যৱসায় কৰিব পাৰে।

BNX/USDT ব্যৱসায় WazirX লাইভ হৈ আছে! ভাগবতৰা‌ কৰক

Get WazirX News First

* indicates required

BNXত জমা থোৱা আৰু জমা উলিওৱা কেনেধৰণৰ?

BinaryX Token আমাৰ Rapid Listing Initiativeৰ এটা অংশ।‌ সেয়েহে, আমি বাইনেন্সৰ জৰিয়তে WazirXত ইয়াৰ জমা ব্যৱস্থা কৰি BNX ট্ৰেডিং আৰম্ভ কৰিম।

এইটো আপোনাৰ বাবে কেনেকুৱা হ’ব?

  • জমা — আপুনি বাইনেন্স ৱালেটৰ‌ পৰা WazirXলৈ BNX‌ জমা কৰিব পাৰে।
  • বাণিজ্য — আপুনি আমাৰ USDT বজাৰত BNX কিনা, বেচা আৰু বাণিজ্য কৰিব পাৰে। যেতিয়া আপুনি BNX কিনিব, সেয়া আপোনাৰ “Funds”ত দেখুওৱা হ’ব।
  • জমা উলিওৱা — যেতিয়া তালিকাত অন্তৰ্ভুক্ত হ’ব, তেতিয়া আপুনি কিছুদিনৰ ভিতৰতে BNX উলিয়াব পাৰিব।

BNXৰ বিষয়ে

  • BinaryX CyberDragonৰ আঁৰত থকা এটা প্ৰকল্প, Binance Smart Chain (BSC)ত গেম খেলি টকা উপাৰ্জন কৰিব পৰা এটা ব্যৱস্থা। আৰম্ভণিতে, BinaryX এক বিকেন্দ্ৰীকৃত ডেৰিভেটিভ ট্ৰেডিং প্ৰটোকল আছিল, কিন্তু তাৰ পিছত গেমফাই খণ্ডটো আকৰ্ষণীয় কৰাৰ বাবে ইয়াৰ ধাৰণা সলনি কৰিছে। এতিয়া, BinaryX-এ CyberDragon নামৰ এটা মেটাভাৰ্চ গেম নিৰ্মাণ কৰি আছে, যি হৈছে DeFi উপাদানৰ লগত থকা এক ক্লাছিক MMORPG. উদাহৰণ স্বৰূপে, গেম প্ৰপছ ডেৰিভেটিভবোৰ হৈছে NFT, আৰু খেলুৱৈসকলে PvE আৰু PvPৰ দৰে গেমপ্লে মোডৰ পৰা বাছনি কৰিব পাৰে। CyberDragonৰ এটা দ্বৈত টোকেন অৰ্থনৈতিক প্ৰণালী আছে, য’ত খেলুৱৈসকলে কেৱল খেলখন খেলি উপাৰ্জন কৰিব পাৰে। অন্তিম লক্ষ্য হৈছে CybeeDragonক পৰাস্ত কৰা, যি হৈছে খেলখনৰ চূড়ান্ত বছ। যদি বিজয়ী হয়, খেলুৱৈসকলে পুৰস্কাৰ হিচাপে CyberDragonৰ ধন লাভ কৰিব।
  • বাণিজ্য মূল্য (লিখাৰ সময়ত): $10563 USD
  • গোলকীয় বজাৰৰ মূলধন (লিখাৰ সময়ত): $214,224,982 USD
  • গোলকীয় বজাৰৰ পৰিমাণ (লিখাৰ সময়ত): $26,652,113 USD
  • বিতৰণ কৰা যোগান: 2,022,897.57 BNX
  • মুঠ যোগান: 2,485,629 BNX

আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভাগবতৰা কৰক

আপোনাৰ বাণিজ্য শুভ হ‌ওক!!  🚀

সতৰ্কবাণী: ক্ৰিপ্টো ট্ৰেডিং বজাৰত যথেষ্ট বিপদাশংকা থাকে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি নতুনকৈ তালিকাভুক্ত টোকেনৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত বিপদাশংকা মোকাবিলা কৰিবলৈ সাজু থাকিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাত থাকে। WazirX-এ উচ্চ মানদণ্ডৰ মুদ্ৰা বাছনি কৰিবলৈ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা কৰিব, কিন্তু আপোনাৰ ব্যৱসায়িক লোকচানৰ বাবে দায়বদ্ধ নহ’ব।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply