Skip to main content

WazirX-তCITY/USDT-ৰ ট্ৰেডিং (CITY/USDT trading on WazirX)

By মে’ 24, 2022জুন 22nd, 20222 minute read

নমস্কাৰ গোট! 🙏

মানচেষ্টাৰ চিটি ফেন টোকেন WazirX-ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটতCITY ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।

Get WazirX News First

* indicates required

WazirX-ত CITY/USDT ট্ৰেডিং লাইভ হয় ! ইয়াক শ্বেয়াৰ কৰক

CITY জমা আৰু উইড্ৰৱেলৰ বিষয়ে কি ক’ব পাৰি?

মানচেষ্টাৰ চিটি ফেন টোকেন আমাৰ ৰেপিড লিষ্টিং পদক্ষেপৰ এক অংশ।সেয়েহ,আমি বাইনেন্সৰ যোগেদিWazirX-ত ইয়াৰ জমা সক্ৰিয় কৰিCITY-ৰ ট্ৰেডিং আৰম্ভ কৰিম।

আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?

  • জমা — আপুনিবাইনেন্সৰৱালেটৰ পৰা WazirX-তCITY জমা কৰিব পাৰে।
  • ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটতCITY ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি CITY ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
  • উইড্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে CITYউইড্ৰৱেলকৰিব পাৰিব।

CITY-ৰ বিষয়ে

মানচেষ্টাৰ চিটি ফেন টোকেন হৈছে Socios.com ৰ এটা ফেন টোকেন – Chiliz (CHZ) ব্লকচেইনত নিৰ্মিত এটা এপ। Chiliz-এ আন কেইবাটাও ফুটবল ক্লাবৰ বাবে ফেন টোকেন সৃষ্টি কৰিছে, যাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় হৈছে (PSG), লগতে UFC-ৰ আৰু কাৰ ৰেছিংৰ বাবে ফেন টোকেন। ফেন টোকেনে ধাৰকসকলক সিদ্ধান্ত প্ৰভাৱিত কৰিবলৈ, ভিআইপি পুৰষ্কাৰ আনলক কৰিবলৈ, আৰু একচেটিয়া প্ৰচাৰ, গেম, আৰু বিশেষ স্বীকৃতি প্ৰাপ্ত কৰিবলৈ অনুমতি দি ক্লাবৰ পৰিচালনত অংশীদাৰী প্ৰদান কৰে। 2020 চনৰ জানুৱাৰীত PSG-ৰ আৰম্ভণিৰ ব্যাপক সফলতাৰ পিছত, মানচেষ্টাৰ চিটি ফুটবল ক্লাবে 2021 চনৰ মাৰ্চত CITY আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ সফলতা মুখ্যতঃ পিটছত ক্লাবৰ সফলতা আৰু ব্লকচেইন প্ৰযুক্তিৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰিব।

  • ট্ৰেডিং মূল্য(লিখাৰ সময়ত): $5.68 USD
  • গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $19,924,137 USD
  • গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $9,748,205 USD
  • বিতৰণ যোগান: 3,508,140.00 CITY
  • মুঠ যোগান: 20,000,000 CITY

আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক

শুভ ট্ৰেডিং! 🚀

বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে।WazirX-এ উচ্চ-মানৰ কইনবোৰ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply