
Table of Contents
This article is available in the following languages:
নমস্কাৰ গোট! 🙏
লীগ অৱ কিংডম WazirX ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটত LOKA ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।
WazirXত LOKA /USDT ট্ৰেডিং লাইভ হয় ! ইয়াক শ্বেয়াৰ কৰক
LOKA জমা আৰু ৱিথদ্ৰৱেলৰ বিষয়ে কি ক’ব পাৰি?
লীগ অৱ কিংডম আমাৰ ৰেপিড লিষ্টিং পদক্ষেপৰ এক অংশ। সেয়েহ, আমি বাইনেন্সৰ যোগেদি WazirX-ত ইয়াৰ জমা সক্ৰিয় কৰি LOKA ট্ৰেডিং আৰম্ভ কৰিম।
আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?
- জমা — আপুনি বাইনেন্সৰ ৱালেটৰ পৰা WazirXত LOKA জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটত LOKA ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি LOKA ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- ৱিথদ্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে LOKA ৱিথদ্ৰৱেল কৰিব পাৰিব।
LOKA-ৰ বিষয়ে
লীগ অৱ কিংডম(LOKA) হৈছে ব্লকচেইন-ভিত্তিক মেছিভলি মাল্টিপ্লেয়াৰ অনলাইন (MMO) কৌশল গেম। এবিধ প্লে-টু-আৰ্ণ ইকোছিচটেম হিচাপে লীগ অৱ কিংডমে প্লেয়াৰ সকলক গেমৰ কাৰ্য্যকলাপৰ যোগেদি প্ৰকৃত আয় কৰিবলৈ অনুমতি দিয়ে। গেম খেলাৰ সময়ত ব্যৱহাৰকাৰীয়ে শক্তি আৰু সম্পদৰ বাবে সম্ৰাজ্য গঢ়িব পাৰে, আৰ্মি গঠন কৰিব পাৰে, মিত্ৰতা গঠন কৰিব পাৰে আৰু যুদ্ধ ক্ষেত্ৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। গেমে প্লেয়াৰ-ভাৰ্ছেচ- এনভাইৰণমেন্ট (PvE), প্লেয়াৰ-ভাৰ্ছেছ –প্লেয়াৰ(PvP) আৰু পাৰ্টী-প্লে (MMO) গেমিং মোডৰ সমৰ্থন কৰে। যেতিয়া লীগ অৱ কিংডমে LOKA টোকেন নিয়ন্ত্ৰণ কৰে, ই অংশীদাৰসকলক প্লেটফৰ্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ, গেমৰ সামগ্ৰী কিনিবলৈ আৰু অংশৰ যোগেদি লাভ কৰিবলৈ অনুমতি দিয়ে, এই প্ৰজেক্টৰ ব্যৱহাৰিক টোকেনক DST (ড্ৰেগ’ন ছ’ল টোকেন) বুলি কোৱা হয়, আৰু ই ড্ৰেগ’ছ, ডা ড্ৰেগ’ন-লাইক-গেমৰ চৰিত্ৰসমূহ যেনে ড্ৰেগ’নৰ প্ৰজননৰ বাবে প্ৰয়োজন।
- ট্ৰেডিং মূল্য (লিখাৰ সময়ত): $1.38 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $34,723,500 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $$81,203,094 USD
- সঞ্চালিত যোগান: 25,100,000.00 LOKA
- সৰ্বাধিক যোগান: 500,000,000 LOKA
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirX-এ উচ্চ-মানৰ ক’ইনছ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
