Skip to main content

WazirX-তLPT/USDT-ৰ ট্ৰেডিং (LPT/USDT trading on WazirX)

By মে’ 18, 2022জুন 21st, 20222 minute read

নমস্কাৰ গোট! 🙏

লাইভপিয়াৰWazirX-ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটতLPT ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।

Get WazirX News First

* indicates required

WazirX-ত LPT/USDT ট্ৰেডিং লাইভ হয়! ইয়াক শ্বেয়াৰ কৰক

LPT জমা আৰু উইড্ৰৱেলৰ বিষয়ে কি ক’ব পাৰি?

লাইভপিয়াৰআমাৰ ৰেপিড লিষ্টিং পদক্ষেপৰএক অংশ। সেয়েহ, আমি বাইনেন্সৰ যোগেদি WazirX-ত ইয়াৰ জমা সক্ৰিয় কৰি LPT-ৰ ট্ৰেডিং আৰম্ভ কৰিম।

আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?

  • জমা — আপুনি বাইনেন্সৰ ৱালেটৰ পৰা WazirX-তLPT জমা কৰিব পাৰে।
  • ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটতLPT ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি LPT ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
  • উইড্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে LPTউইড্ৰৱেলকৰিব পাৰিব।

LPT-ৰ বিষয়ে

লাইভপিয়াৰ হৈছে প্ৰথমটো লাইভ ভিডিঅ’ ষ্ট্ৰীমিং নেটৱৰ্ক প্ৰট’কল যিটো সম্পূৰ্ণৰূপে বিকেন্দ্ৰীকৃত। এই প্লেটফৰ্মৰ লক্ষ্য হৈছে সকলো নতুন আৰু বৰ্তমানৰ সম্প্ৰচাৰ কোম্পানীসমূহৰ বাবে কেন্দ্ৰীভূত সম্প্ৰচাৰ সমাধানৰ এক কাৰ্য্যক্ষম ব্লকচেইন ভিত্তিক, অৰ্থনৈতিকভাৱে দক্ষ বিকল্প হিচাপে গঢ়ি তোলা। অফিচিয়েল লাইভপিয়াৰ শ্বেতপত্ৰত উল্লেখ কৰা অনুসৰি লাইভ ভিডিঅ’ ষ্ট্ৰীমিং আৰু সম্প্ৰচাৰ উদ্যোগটো দ্ৰুত গতিত বৃদ্ধি পাইছে, আৰু কোম্পানীটোৱে এই ঢৌত উঠি পৰিৱেশৰ সৈতে বিকেন্দ্ৰীকৰণৰ প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছে। লাইভপিয়াৰৰ লক্ষ্য হৈছে প্ৰযোজকসকলক প্লেটফৰ্মত তেওঁলোকৰ কাম দাখিল কৰাৰ অনুমতি দি, ব্যৱহাৰকাৰী আৰু ষ্ট্ৰীমিং প্লেটফৰ্মসমূহত বিষয়বস্তু পুনৰ ফৰ্মেটিং আৰু বিতৰণ কৰাৰ যত্ন লৈ সম্প্ৰচাৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰা।

  • ট্ৰেডিং মূল্য(লিখাৰ সময়ত): $14.46 USD
  • গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত):$345,188,623 USD
  • গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত):$17,858,792 USD
  • বিতৰণ যোগান:23,820,612 LPT
  • মুঠ যোগান: 25,514,969 LPT

আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক

শুভ ট্ৰেডিং! 🚀

বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে।WazirX-এ উচ্চ-মানৰ কইনবোৰ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply