
Table of Contents
This article is available in the following languages:
নমস্কাৰ গোট! 🙏
WazirX-ত মেজাৰবল ডাটা টোকেন তালিকাভূক্ত কৰা হৈছে আৰু আপুনি USDT-ৰ মাৰ্কেটত MDT ক্ৰয়, বিক্ৰয়, ট্ৰেড কৰিব পাৰিব।
MDT/USDT-ৰ ট্ৰেডিং WazirX-ত লাইভ ! ইয়াক শ্বেয়াৰ কৰক
আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?
- জমা — আপুনি Binance ৱালেটৰ পৰা WazirX-ত MDT জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটত MDT ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি MDT ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- ৱিথদ্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে MDT ৱিথদ্ৰৱেল কৰিব পাৰিব।
MDT-ৰ বিষয়ে
মেজাৰেবল ডাটা টোকেন (MDT)ৰ লক্ষ্য এক ব্লকচেইন-ভিত্তিক ডাটাৰ অৰ্থনীতি প্ৰদান কৰা, য’ত ডাটা প্ৰদানকাৰী আৰু ডাটা ক্ৰেটাই সুৰক্ষিত আৰু বেনামী ৰূপে ডাটা বিনিময় কৰিব পাৰে।
- ট্ৰেডিং মূল্য (লিখাৰ সময়ত): $0.03508 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $23,824,702 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $5,323,418 USD
- সঞ্চালিত যোগান: 676,157,012.50 MDT
- মুঠ যোগান: 1,000,000,000 MDT
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে। WazirX-এ উচ্চ-মানৰ ক’ইনছ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
