Skip to main content

পুনৰ সমীক্ষাত মাহ – এপ্ৰিল 2022 (Month in Review – April 2022)

By মে’ 2, 2022মে’ 26th, 20222 minute read
Month in Review - April 2022

নমস্কাৰ ৰাইজ! এপ্ৰিল মাহত WazirX ত কি ঘটিছিল সেই বিষয়ে ইয়াত মাহেকীয়া প্ৰতিবেদন দিয়া হৈছে। 

যোৱা মাহত কি ঘটিছিল?

[কি কৰা হ] 17 নতুন মাৰ্কেট যোৰা: যোৱা মাহত আমি আমাৰ USDT মাৰ্কেটত 13টা টোকেন আৰু আমাৰ INR মাৰ্কেটত 4টা টোকেন সংযোগ কৰিলোঁ! এতিয়া আমি WazirX-ত APE, OXT, OXT, WOO, KDA, MULTI, IDEX, ACA, JOE, MC, NAS, ALCX, HIGH, RNDR, PLA, FOR, GMT, আৰু BNX ক্ৰয়, বিক্ৰয় আৰু ব্যৱসায় কৰিব পাৰিম।আপোনাৰ প্ৰিয় যোৰাবোৰৰ ব্যৱসায় আৰম্ভ ইয়াত !

[কি কৰা হ] এপত মূল্যৰ এলাৰ্টৰ সুবিধা : আমি WazirXত আমাৰ সকলো প্লেটফৰ্মত আমাৰ ব্যৱহাৰকাৰীক সদায় এক সৰ্বোচ্চ স্তৰৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ কাম কৰোঁ। সেয়েহে, ব্যৱহাৰকাৰীৰ আৱশ্যকতা আৰু অগ্ৰাধিকাৰক মনত ৰাখি, আমি আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰ পৰা, আমাৰ ব্যৱহাকৰীয়ে WazirX এপত নিজে তেওঁলোকৰ প্ৰিয় কইনছ/টোকেনৰ বাবে ‘মূল্যৰ এলাৰ্ট’ লাভ কৰিবলৈ সক্ষম হ’ব! ইয়াৰ বিষয়ে অধিক পঢ়ক ইয়াত। 

আমি কি গঢ়িছোঁ?

[চলি আছে] AMM প্ৰটোকল: কিছুমান প্ৰ’টোকলত অপ্ৰত্যাশিত পলম হয় যে আমাৰ DEX ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। ই আমাক লাইভ হোৱাত বাধা দিয়ে। এই সময়চোৱাত, ইয়াত কিমান সময় লাগিব সেই বিষয়ত আমাৰ কোনো ETA নাথাকে। বিশ্বাস ৰাখিব যে আমি এই প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ প্ৰ’টোকল টীমৰ সৈতে কঠোৰ প্ৰচেষ্টা কৰি আছোঁ। 

Get WazirX News First

* indicates required

[চলি আছে] নতুন টোকনবোৰ: আমি আহিব লগীয়া সপ্তাহবোৰত ত অধিক টোকন তালিকাভুক্ত কৰিম। কোনো পৰামৰ্শ পাইছেনে? অনুগ্ৰহ কৰি @WazirXIndiaত আমাক টুইট কৰিব। 

কিছু গুৰুত্বপূৰ্ণ অংশ

  • WazirX, বিল্ডাৰ ট্ৰাইব,আৰু অটল ইনকুবেচন চেন্টাৰে গোৱাত Web3 ষ্টাৰ্টআপৰ বাবে ব্ল’ক চেইন পাৰ্ক স্থাপন কৰিবলৈ অংশীদাৰিত্ব গ্ৰহণ কৰিছে। ইয়াত অধিক জানক। 
  • আমি Zee-বিজিনেছৰ সৈতে এক প্ৰগতিশীল অংশীদাৰিত্ব গ্ৰহণ কৰিছোঁ আৰু আৰু এক দীৰ্ঘম্যাদী আৰু ফলপ্ৰসূ সহযোগিতা আশা কৰোঁ। 

আমাৰ বাবে ই এক লাভজনক মাহ, আৰু আমি বহুত আশা আৰু ইতিবাচকতাৰে মে’2022চনলৈ অপেক্ষা কৰি আছোঁ। আপুনি সদায় কৰাৰ দৰে আমাক সহযোগ কৰিব। 

জয় হিন্দ!

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।
Nischal Shetty

Nischal Shetty is a leading Indian entrepreneur, Web3 builder, and one of the most influential voices in the crypto and blockchain ecosystem. He is best known as the founder of WazirX, India’s leading crypto exchange, and for consistently pushing innovation in blockchain-native products. He is building the future of crypto through Shardeum, his Layer-1 blockchain designed to help Indian startup builders take their products on-chain.

Leave a Reply