
Table of Contents
This article is available in the following languages:
নমস্কাৰ গোট! 🙏
ইল্ড গিল্ড গেমচ টোকেন WazirX-ত তালিকাভুক্ত কৰা হৈছে আৰু আপুনি USDT মাৰ্কেটতYGG ক্ৰয়, বিক্ৰী, ট্ৰেড কৰিব পাৰিব।
WazirX-ত YGG/USDT ট্ৰেডিং লাইভ হয়! ইয়াক শ্বেয়াৰ কৰক
YGG জমা আৰু উইড্ৰৱেলৰ বিষয়ে কি ক’ব পাৰি?
ইল্ড গিল্ড গেমচ টোকেন আমাৰ ৰেপিড লিষ্টিং পদক্ষেপৰ এক অংশ। সেয়েহ, আমি বাইনেন্সৰ যোগেদি WazirX-ত ইয়াৰ জমা সক্ৰিয় কৰি YGG-ৰ ট্ৰেডিং আৰম্ভ কৰিম।
আপোনাৰ বাবে ই কি অৰ্থ বহন কৰে?
- জমা — আপুনি বাইনেন্সৰ ৱালেটৰ পৰা WazirX-তYGG জমা কৰিব পাৰে।
- ট্ৰেডিং — আপুনি আমাৰ USDT মাৰ্কেটতYGG ক্ৰয়, বিক্ৰয় আৰু ট্ৰেডিং কৰিব পাৰিব। যেতিয়া আপুনি YGG ক্ৰয় কৰে, ইয়াক আপোনাৰ “ফাণ্ড”ত দেখা যাব।
- উইড্ৰৱেল — আপুনি তালিকাভুক্ত হোৱাৰ কিছুদিনৰ পাছতে YGGউইড্ৰৱেলকৰিব পাৰিব।
YGG-ৰ বিষয়ে
ইল্ড গিল্ড গেমছ (YGGs) হৈছে এক বিকেন্দ্ৰীকৃত স্বায়ত্তশাসিত সংগঠন (DAO) যি ভাৰ্চুৱেল পৃথিৱীৰ নন-ফাংগিবল টোকেনত (NFTs) বিনিয়োগ কৰে। সংগঠনটোৰ উদ্দেশ্য হৈছে বিশ্বৰ সৰ্ববৃহৎভাৰ্চুৱেল অৰ্থনীতি বিকাশকৰা, উপযোগিতা সৰ্বাধিক কৰাৰ বাবে ইয়াৰ সম্পত্তিবোৰ অনুকূলিত কৰা আৰু ইয়াৰ অংশীদাৰসকলৰ সৈতে ৰাজহ ভাগ বতৰা কৰা। বিকেন্দ্ৰীকৃত গেমছত, ইল্ড গিল্ড গেমছে খেলুৱৈ আৰু বিনিয়োগকাৰীৰ এটা সম্প্ৰদায় গঢ়ি তুলিছে যিNFT-ত বিনিয়োগ কৰি ধন উপাৰ্জন কৰে, যাক ভাৰ্চুৱেল পৃথিৱী আৰু ব্লকচেইন-আধাৰিত গেমত ব্যৱহাৰ কৰা হয়। মহামাৰীৰ বাবে মানুহে প্লে-টু-অৰ্জন গেমত অংশগ্ৰহণ কৰিবলৈ অধিক আগ্ৰহী হৈ পৰিছিল, যি প্লেটফৰ্মৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিছিল
- ট্ৰেডিং মূল্য(লিখাৰ সময়ত): $0.5597 USD
- গ্ল’বেল মাৰ্কেট কেপ (লিখাৰ সময়ত): $63,991,573 USD
- গ্ল’বেল ট্ৰেডিংৰ পৰিমাণ (লিখাৰ সময়ত): $12,885,888 USD
- সঞ্চালিত যোগান: 114,374,547.63 YGG
- মুঠ যোগান: 1,000,000,000 YGG
আপোনাৰ বন্ধুৰ সৈতে ইয়াক শ্বেয়াৰ কৰক
শুভ ট্ৰেডিং! 🚀
বিপদাংশকাৰ সাৱধানতা: ক্ৰিপ্টো ট্ৰেডিং উচ্চ বজাৰৰ বিপদাশংকাৰ অধীনত। অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে আপুনি যেতিয়া নতুনকৈ তালিকাভুক্ত হোৱা টোকেনৰ ট্ৰেডিং কৰে আপুনি পৰ্য্যাপ্ত বিপদাশংকাৰ মূল্যায়ন কৰিব কিয়নো সেইবোৰ প্ৰায়ে উচ্চ মূল্যৰ অস্থিৰতাৰ অধীনত থাকে।WazirX-এ উচ্চ-মানৰ কইনবোৰ বাছনি কৰাৰ সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু আপোনাৰ ট্ৰেডিং লোকচানৰ বাবে দায়বদ্ধ নহ’ব।
