
Table of Contents
মৰমৰ ৰাইজ!
আপোনাৰ ক্ৰিপ্ট’ যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই আমি উৎফুল্লিত। অনুগ্ৰহ কৰি নিশ্চিত হওক যে যদি আপোনাক কোনো সহায়ৰ প্ৰয়োজন হয় তেন্তে আমি WazirX-এ আপোনাৰ সহায়ৰ বাবে আছোঁ। লগতে, যদি আমাৰ গাইডবোৰ পঢ়াৰ পিছত আপোনাৰ কোনো চিন্তা থাকে, আপুনি সদায়ে আমাৰ সৈতে সম্পৰ্ক কৰিব পাৰে, ইয়াত।
WazirX-ৰগাইড
- WazirX-ত একাউণ্ট কেনেকৈ খুলিব?
- WazirX-তKYC প্ৰক্ৰিয়া কেনেদৰে সম্পূৰ্ণ কৰিব?
- WazirX-ত বেংক একাউণ্ট কেনেদৰে যোগকৰিব আৰু টকা কেনেদৰে জমা কৰিব?
- Mobikwik-ৰ জৰিয়তে আপোনাৰ WazirX ৱালেটত টকা কেনেদৰে জমা কৰিব?
- WazirX QuickBuy সুবিধাৰ সৈতে ক্ৰিপ্ট’ কেনেদৰে ক্ৰয় কৰিব?
- WazirX-ত ক্ৰিপ্ট’ কেনেদৰে ক্ৰয় আৰু বিক্ৰী কৰিব?
- WazirX-ত ক্ৰিপ্ট’কেনেদৰে জমা কৰিব লাগেআৰু উলিয়াব লাগে?
- WazirX-ত ট্রেডৰ মাচুল কেনেদৰে গণনা কৰা হয়?
- ষ্টপ-লিমিট অৰ্ডাৰ কেনেদৰে কৰিব?
- WazirX-ত ট্ৰেডিংৰ প্ৰতিবেদন কেনেদৰে ডাউনলোড কৰিব?
- WazirXP2P কেনেদৰে ব্যৱহাৰ কৰিব?
- WazirX কনভাৰ্ট ক্ৰিপ্ট’ ডাষ্ট সুবিধা কেনেদৰে ব্যৱহাৰ কৰিব?
- WazirX ৰেফাৰেল সুবিধাৰ লাভালাভবোৰ কি?
- অফিচিয়েল WazirX চেনেলবোৰ কোনবোৰ, আৰু WazirX-ৰ সমৰ্থন কেনেদৰে প্ৰাপ্ত কৰিব?
ਵਜ਼ੀਰਐਕਸ ‘ਤੇ ਵਪਾਰਕ ਰਿਪੋਰਟ
ট্ৰেডিং প্ৰতিবেদন হৈছে নিম্নলিখিত সহ এক বিস্তৃত প্ৰতিবেদন:
- এক্সচেঞ্জ ট্ৰেড
- P2P ট্ৰেড
- STFট্ৰেড
- বৰ্তমানৰ মুদ্ৰাৰ জমা ৰাশি
- জমা আৰু প্ৰত্যাহাৰ বোৰ
- লেজাৰৰ ইতিহাস
- এয়াৰড্ৰপ আৰু অন্যান্য বিতৰণবোৰ
WazirX-ত ট্ৰেডিংৰ প্ৰতিবেদন কেনেদৰে ডাউনলোড কৰিব?
- WazirX-ত লগ অন কৰক
- একাউণ্ট ছেটিংছলৈ যাওক
ম‘বাইল:
ৱেব:
3. মাচুল আৰু ট্রেডত টিপক
4. ডাউনলোড ট্ৰেডিং প্ৰতিবেদনত টিপক
ৱেব:
5. আপুনি ডাউনলোড কৰিব বিচৰা ট্ৰেডিং প্ৰতিবেদনৰ আকাংক্ষিত ম্যাদ বাছনি কৰক। এটা সুবিধাজনক ড্ৰপ-ডাউন মেনু সক্ষম কৰা হৈছে; য’ত এজন ব্যৱহাৰকাৰীয়ে এতিয়া 12-মাহলৈকে ম্যাদ বাছনি কৰিব পাৰে।
6.ট্ৰেডিং প্ৰতিবেদনৰ অনুৰোধতটেপক
আপুনি আপোনাৰ পঞ্জীভুক্ত ইমেইল ঠিকনাত প্ৰতিবেদনটো প্ৰাপ্ত কৰিব। সাধাৰণতে, ইয়াৰ বাবে 2 মিনিটতকৈ কম সময় লাগে; অৱশ্যে, কিছুমান ক্ষেত্ৰত, অলপ বেচি সময় লাগিব পাৰে। আমি আশা কৰোঁ আপুনি এই প্ৰতিবেদনবোৰৰ বেছিভাগ অংশআপোনাৰ বিনিয়োগৰ বাবে আৰু কৰ পৰিকল্পনাত ব্যৱহাৰ কৰিব। আপোনাৰ কিবা প্ৰশ্ন বা উদ্বেগ আছে যদি আমাক জনাব।
শুভ ট্ৰেডিং!!
