Skip to main content

WazirX-ত একাউণ্ট কেনেকৈ খুলিব? (How to open an account on WazirX?)

By এপ্ৰিল 26, 2022মে’ 26th, 20222 minute read
WazirX-logo-banner

প্ৰিয় ৰাইজ!

আপোনাৰ ক্ৰিপ্টো যাত্ৰাৰ অংশ হ’বলৈ পাই আমি আনন্দিত। অনুগ্ৰহ কৰি নিশ্চিত হওক যে যদি আপোনাক যিকোনো সহায়ৰ প্ৰয়োজন হয় তেন্তে আমি WazirX-ত আপোনাৰ বাবে ইয়াত আছোঁ। যদি আপোনাৰ কোনো উদ্বেগৰ বিষয় আছে, আমাৰ নিৰ্দেশনাখিনি পঢ়াৰ পিছত, আপুনি সদায়েই আমাক  ইয়াতযোগাযোগ কৰিব পাৰে।

WazirX-ৰ নিৰ্দেশনাৱলী

WazirX-ত এটা একাউণ্ট খুলি আছে

WazirX-ৰ সৈতে আপোনাৰ ক্ৰিপ্ট’ যাত্ৰাৰ দিশত আপুনি লোৱা এইটো প্ৰথম পদক্ষেপ। এএপ্লিকেশ্বনটো ইনষ্টল কৰা বা আমাৰ ৱেবছাইটলৈ যোৱাৰ পাছত আপুনি প্ৰথমে ছাইন আপ কৰিব লাগিব। কেনেকৈ আৰম্ভ কৰিব লাগে, প্ৰতিটো পদক্ষেপ বুজি লওঁ আহক:

পদক্ষেপ ১: 

Get WazirX News First

* indicates required

এপ্লিকেশ্বনটো ডাউনলোড কৰক বা ৱেবছাইটটো খোলক

ম’বাইল এপ্লিকেশ্বনত হ’ম স্ক্ৰীণ:

Graphical user interface, applicationDescription automatically generated

ৱেবত হ’ম স্ক্ৰীণ:

Graphical user interfaceDescription automatically generated

পদক্ষেপ ২: 

ম’বাইল: হ’ম স্ক্ৰীণত আৰম্ভ কৰক-ত ক্লিক কৰক।

A screenshot of a computer screenDescription automatically generated with medium confidence

অথবা, এপ্লিকেশ্বনটোৰ শীৰ্ষত বাওঁফালে “ছেটিঙ”ত ক্লিক কৰক

Graphical user interface, applicationDescription automatically generated

ৱেব: এতিয়া ছাইন আপ কৰক-ত ক্লিক কৰক।

Graphical user interfaceDescription automatically generated

পদক্ষেপ ৩: 

ম’বাইল: 

  1. আপোনাৰ ইমেইল ঠিকনা প্ৰৱিষ্ট কৰক আৰু এটা পাছৱৰ্ড বাছনি কৰক।
  2. আপোনাৰ ওচৰত যদি আছে, এটা ৰেফাৰেল ক’ড প্ৰৱিষ্ট কৰক।
  3. ছাইন আপত ক্লিক কৰক

অনুগ্ৰহ কৰি মন কৰিব: “ছাইন আপ”ত ক্লিক কৰাৰ পূৰ্ৱে (তলত উল্লিখিত) সেৱাৰ চৰ্তাৱলীখিনি পঢ়িব । ছাইন আপ কৰি আপুনি আমাৰ সেৱাৰ চৰ্তাৱলীৰ সৈতে সন্মত হৈছে। 

Graphical user interface, applicationDescription automatically generated

ৱেব:

পদক্ষেপ ৪: 

  1.  একাউণ্ট প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ সৈতে আগবাঢ়ক।
Graphical user interface, application, TeamsDescription automatically generated
  • প্ৰমাণীকৰণ ইমেইল: 
  1. প্ৰমাণীকৰণ মেইলৰ বাবে আপোনাৰ ইনবক্স পৰীক্ষা কৰক
  2. “ইমেইল প্ৰমাণিত কৰক” বুটামত ক্লিক কৰক বা ইমেইলত প্ৰদান কৰা লিংকত ক্লিক কৰক।
  • দ্বি কাৰক প্ৰমাণীকৰণ
  1. আপোনাৰ সুৰক্ষাৰ পছন্দৰ পদ্ধতি বাছনি কৰক।
  2. আপোনাক সুৰক্ষিত কৰি ৰাখিবলৈ, আমাৰ ওচৰত তিনিটা বিকল্প আছে:
    1. অথেন্টিকেটৰ এপ (উচ্চমাত্ৰাত সুৰক্ষিত: পৰামৰ্শিত)
    2. ম’বাইল SMS (মধ্যমভাৱে সুৰক্ষিত)
    3. এটাও নহয় (সুৰক্ষিত নহয়)

ম’বাইল:

Graphical user interface, applicationDescription automatically generated

ৱেব: 

Graphical user interface, applicationDescription automatically generated
  • অথেন্টিকেটৰ এপ
  1. গুগল অথেণ্টিকেটৰ ডাউনলোড কৰক বা প্ৰদান কৰা ক’ডটো স্কেন কৰিবলৈ অনুমোদন কৰক 
  2. ক’ডটো স্কেন কৰক
  3. পৰৱৰ্তী-ত ক্লিক কৰক।

ম’বাইল

Graphical user interface, applicationDescription automatically generated

ৱেবছাইট

  1. এটা ম’বাইল ডিভাইচত গুগল অথেণ্টিকেটৰ ডাউনলোড কৰক বা অনুমোদন কৰক।
  2. প্ৰদত্ত কোডটো প্ৰমাণীকৰণ এপ্লিকেশ্বন ব্যৱহাৰ কৰি স্কেন কৰক। 
  • ম’বাইল SMS
  1. আপোনাৰ ফোন নম্বৰ প্ৰবিষ্ট কৰক।
Graphical user interface, application, WordDescription automatically generated
  1. OTP পঠাওক-ত ক্লিক কৰক
  2. OTP পোৱা হৈছে-ত ক্লিক কৰক
A picture containing applicationDescription automatically generated
  1. ইমেইল যোগে প্ৰেৰণ কৰা অনুৰোধ অনুমোদন কৰক
Graphical user interface, text, applicationDescription automatically generated
Graphical user interface, text, applicationDescription automatically generated
  • এটাও নহয়: এই বিকল্পটোৱে ব্যৱহাৰকাৰীক দ্বি কাৰক প্ৰমাণীকৰণ অবিহনে অব্যাহত ৰাখিবলৈ সক্ষম কৰে।

আৰু, আপোনাৰ হৈ গ’ল। আপোনাৰ WazirX একাউণ্ট সফলতাৰে সৃষ্টি কৰা হৈছে। পৰৱৰ্তী পদক্ষেপটো হ’ল কেৱাইচিি. প্ৰক্ৰিয়াৰ সৈতে আগুৱাই যোৱা, আৰু তাৰ পাছত, আপুনি ট্ৰেড কৰিব পাৰিব। কেৱাইচি প্ৰক্ৰিয়াটো কেনেদৰে সম্পূৰ্ণ কৰিব লাগে বুজিবলৈ, আপুনি আমাৰ নিম্নলিখিত নিৰ্দেশনা চাব পাৰে। 

আপোনাৰ ট্ৰেডিং শুভ হওক!

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply