Skip to main content

WazirX ‘কৰ্ণভাৰ্ট ক্ৰিপ্ট’ ডাষ্ট’ সুবিধা কেনেকৈ ব্যৱহাৰ কৰিব? (How to use the WazirX ‘Convert Crypto Dust’ feature?)

By মে’ 11, 2022জুন 20th, 20222 minute read
How to use the WazirX 'Convert Crypto Dust’ feature?

প্ৰিয় গোট!

আমি আপোনাৰ ক্ৰিপ্ত’ যাত্ৰাৰ অংশ হ’বলৈ পাই আনন্দিত হৈছোঁ। অনুগ্ৰহ কৰি নিশ্চিত হওক যে যদি আপোনাক কিবা সহায়ৰ প্ৰয়োজন হয় আমি WazirX-ত আপোনাৰ বাবে ইয়াত আছোঁ। লগতে যদি আপুনি আমাৰ নিৰ্দেশনা পঢ়াৰ পিছত কিবা উদ্বেগ থাকে, তেন্তে আপুনি আমাক ইয়াত যোগাযোগ কৰিব পাৰিব। 

Get WazirX News First

* indicates required

WazirX-ৰ নিৰ্দেশনা

ক্ৰিপ্ট’ ডাষ্ট কি?

ডাষ্টে অতি মূল্য থকা ক্ৰিপ্ট’ কাৰেন্সী বেলেন্সক বুজায়। ডাষ্ট বেলেন্সবোৰ সাধাৰণে কম, বাকী থকা পৰিমাণ যিবোৰ নুন্যতম উইথড্ৰ’ৱেল বা ট্ৰেডিংৰ পৰিমাণতকৈ কম হয় আৰু, কিছুমান ক্ষেত্ৰত আনকি ট্ৰেডিং মাচুলতকৈও কম হয়। বৰ্তমান WazirX-ৰ 250তকৈ অধিক টোকেন তালিকাভুক্ত হৈ আছে। যদি আপুনি অসংখ্য ক্ৰিপ্ট’ সম্পদৰ ব্যৱসায় কৰে, আপুনি উইথড্ৰ্ বা ট্ৰেড কৰিব নোৱাৰা ডাষ্ট বেলেন্স আপোনাৰ ৱালেটত ৰাখিব পাৰিব। বহুতো অব্যৱহাৰ্য্য, সুক্ষ্ম বেলেন্স এক একক ব্যৱহাৰ্য্য টোকেনলৈ ৰূপান্তৰ কৰিব পাৰিব, ডাষ্ট ৰূপান্তৰ কৰ্য্যই বহুতো অব্যৱহাৰ্য্য বেলেন্সৰ সমস্যা সমাধান কৰে।

আপুনি যিকোনো বাকী থকা ক্ৰিপ্ট’ বেলেন্সক ডাষ্ট ৰূপান্তৰ কাৰ্য্য ব্যৱহাৰ কৰি আমাৰ উপযোগীতা টোকেন WRX-লৈ ৰূপান্তৰ কৰিব পাৰিব! পাছত, WRX-ৰ সৈতে আপুনি ট্ৰেড, ট্ৰেডিং মাচুল পৰিশোধ, এয়াৰ ড্ৰ’পত অংশগ্ৰহণ, আৰু অন্য বহুতো সুবিধা অৰ্জন কৰিব পাৰিব যিবোৰ কেৱল , WRX হোল্ডাৰৰ বাবে উপলব্ধ! WazirX ৱেব, এণ্ড্ৰ’ইড, আৰু iOS এপে ডাষ্ট ৰূপান্তৰত সহায় কৰে!

ক্ৰিপ্ট’ ডাষ্টক কেনেকৈ WRX-লৈ ৰূপান্তৰ কৰিব?

মোবাইল

1. একাউণ্ট ছেটিংছলৈ যাওক

2. কৰ্ণভাৰ্ট ক্ৰিপ্ট’ ডাষ্ট বাচনি কৰক

Graphical user interface, applicationDescription automatically generated

3. আপুনি WRX-লৈ ৰূপান্তৰ কৰিব বিচৰা ডাষ্ট ফাণ্ড বাচনি কৰক। 

4. Convert-ত ক্লিক কৰক। 

Graphical user interface, applicationDescription automatically generated

5. Confirm-ত ক্লিক কৰি ৰূপান্তৰৰ অনুৰোধ নিশ্চিত কৰক

ৱেব:

  1. হ’ম পেজৰ পৰা ফাণ্ডলৈ যাওক
  2. কৰ্ণভাৰ্ট টু WRXত ক্লিক কৰক
Graphical user interface, applicationDescription automatically generated

3. আপুনি WRX-লৈ ৰূপান্তৰ কৰিব বিচৰা ডাষ্ট ফাণ্ড বাচনি কৰক

4. Convert-ত ক্লিক কৰক 

Graphical user interface, text, application, emailDescription automatically generated

5. Confirm-ত ক্লিক কৰাৰ দ্বাৰা ৰূপান্তৰ অনুৰোধ নিশ্চিত কৰক

অনুগ্ৰহ কৰি মন কৰিব: আপুনি 10 USDT তকৈ কম মূল্যৰ বেলেন্সবোৰ প্ৰতি 24 ঘন্টাত এবাৰকৈ WRX-লৈ ৰূপান্তৰ কৰিব পাৰিব। বৰ্তমান, এইয়া ডিলিষ্টেড কৰা কইনবোৰ ৰূপান্তৰ কৰা সম্ভৱ নহয়।

যদি আপোনাৰ এই বৈশিষ্ট্য সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে তলৰ মন্তব্যত জনাওক।

শুভ ট্ৰেডিং!

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply