Skip to main content

WazirX-ত কেনেকৈ ট্ৰেডিং মাচুল গণনা কৰা হয়? (How is trading fee calculated on WazirX?)

By মে’ 11, 2022জুন 20th, 20222 minute read
WazirX-logo-banner

প্ৰিয় গোট!

আমি আপোনাৰ ক্ৰিপ্ত যাত্ৰাৰ অংশ হ’বলৈ পাই আনন্দিত হৈছোঁ। অনুগ্ৰহ কৰি নিশ্চিত হওক যে যদি আপোনাক কিবা সহায়ৰ প্ৰয়োজন হয় আমি WazirX-ত আপোনাৰ বাবে ইয়াত আছোঁ। লগতে যদি আপুনি আমাৰ নিৰ্দেশনা পঢ়াৰ পিছত কিবা উদ্বেগ থাকে, তেন্তে আপুনি আমাক ইয়াত যোগাযোগ কৰিব পাৰিব। 

WazirX নিৰ্দেশনা

ট্ৰেডিং মাচুল গণনা

WazirX-ত দুইপ্ৰকাৰৰ ট্ৰেড আছে:

  • স্পট ট্ৰেড: কইন অনুসৰি মাচুল বিতৰণৰ বাবে, অনুগ্ৰহ কৰি পৰিদৰ্শন কৰক: https://wazirx.com/fees 
  • P2P: কোনো মাচুল প্ৰয়োজ্য নহয়।

আপুনি পৰিশোধ কৰা প্ৰযোগ হোৱা ট্ৰেডিং মাচুল WazirX-ত থকা আপোনাৰ WRX-ৰ পৰিমাণৰ দ্বাৰা নিৰ্ধাৰণ হ’ব। আপুনি অধিক WRX ৰাখিলে,আপোনাৰ ট্ৰেডিং মাচুল কম হ’ব। ট্ৰেডৰ সময়ত আপুনি ৰখা WRX-ৰ ভিত্তিত আপোনাৰ ট্ৰেডিং মাচুলৰ হাৰ তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰা হ’ব: 

Get WazirX News First

* indicates required
WRX HoldingsTrading Fee Payable
0-10 WRX0.20%
10-200 WRX0.17%
200-1000 WRX0.15%
>1000 WRX0.10%

উদাহৰণ স্বৰূপে, ধৰি লওক, আপুনি WazirX-ত 250 WRX ৰাখিছে, আৰু USDT মাৰ্কেটত 100 USDT মূল্যৰ BTC কিনিছে। এনে ক্ষেত্ৰত, এই আদেশত 0.15%-ৰ এক ট্ৰেডিং মাচুল, অৰ্থাত্‍ 0.15 USDT পৰিশোধ কৰিব লাগিব।

‘WRX-ত ট্ৰেডিং মাচুল পৰিশোধ’ বিকল্প কেনেকৈ সক্ৰিয়/নিষ্ক্ৰিয় কৰিব?

পদক্ষেপ 1: একাউণ্ট ছেটিংছলৈ যাওক

মোবাইল:

ৱেব:

Graphical user interface, application, TeamsDescription automatically generated

পদক্ষেপ 2: মাচুল ছেটিংত ক্লিক কৰক

মোবাইল:

Graphical user interface, applicationDescription automatically generated

ৱেব:

পদক্ষেপ 3: ‘WRX-ৰে ট্ৰেডিং মাচুল পৰিশোধ’ সক্ৰিয়/ নিষ্ক্ৰিয় কৰিবলৈ ৰেডিঅ’ বটন ক্লিক কৰিব 

TableDescription automatically generated

সঘনাই কৰা প্ৰশ্নবোৰ

1) ‘WRX-ৰ ট্ৰেডিং মাচুল পৰিশোধসুবিধা সক্ৰিয় কৰাৰ পাছত, মই ট্ৰেডিং মাচুলৰ গণনা কেনেকৈ কৰিম?

ধৰা হ’ল আপুনি BTC/USDT মাৰ্কেটত ট্ৰেড কৰিছে, আৰু এই ট্ৰেডৰ বাবে গণনা কৰা মুঠ মাচুল 2 USDT হয়, আৰু 1 WRX-ৰ বৰ্তমান বজাৰ মূল্য 1 USDT, এনে পৰিস্থিতিত, আপুনি 2 WRX ট্ৰেডিং মাচুল হিচাপে পৰিশোধ কৰিব লাগিব। 

2) ) ‘WRX-ৰ ট্ৰেডিং মাচুল পৰিশোধসুবিধা সক্ৰিয় কৰাৰ পাছত, মোৰ একাউণ্টত অপৰ্য্যাপ্ত WRX আছে, কি হ?

এনে ক্ষেত্ৰত, আপুনি ট্ৰেডিং কৰা বজাৰৰ ওপৰত নিৰ্ভৰ কৰি মাচুল INR, USDT, বা BTCত পৰিশোধ কৰিব পাৰিব।

3) আনলক সূচী অনুসৰি ট্ৰেডিং মাচুলৰ বাবে মোৰ WRX ৰিজাৰ্ভ আছে, মই সুবিধাবোৰ এতিয়াও সক্ৰিয় কৰিব পাৰিমনে?

হয়, WRX, মাচুল কেৱল তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি যদি আপুনি এই বিকল্প সক্ৰিয় কৰে। 

যদি আপোনাৰ অন্য কোনো প্ৰশ্ন আছে, তলত দিয়া মন্তব্যৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। আমি আপোনাক সহায় কৰিবলৈ সুখী হম।

শুভ ট্ৰেডিং!

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply