
Table of Contents
প্ৰিয় গোট!
আমি আপোনাৰ ক্ৰিপ্ত যাত্ৰাৰ অংশ হ’বলৈ পাই আনন্দিত হৈছোঁ। অনুগ্ৰহ কৰি নিশ্চিত হওক যে যদি আপোনাক কিবা সহায়ৰ প্ৰয়োজন হয় আমি WazirX-ত আপোনাৰ বাবে ইয়াত আছোঁ। লগতে যদি আপুনি আমাৰ নিৰ্দেশনা পঢ়াৰ পিছত কিবা উদ্বেগ থাকে, তেন্তে আপুনি আমাক ইয়াত যোগাযোগ কৰিব পাৰিব।
WazirX নিৰ্দেশনা
- WazirX-ত কেনেকৈ এটা একাউণ্ট খোলা হয়?
- WazirX-ত কেনেকৈ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় ?
- WazirX-ত কেনেকৈ এটা বেংক একাউণ্ট আৰু INR জমা কৰা হয়?
- আপোনাৰ WazirX ৱালেটত মবিকৱিকৰ (Mobikwik)যোগেদি কেনেকৈ INR জমা কৰা হয়?
- WazirX কুইকবাই সুবিধাৰে কেনেকৈ ক্ৰিপ্ত’ ক্ৰয় কৰিব?
- WazirXত কেনেকৈ ক্ৰিপ্ত’ ক্ৰয় আৰু বিক্ৰয় কৰিব?
- WazirXত কেনেকৈ ক্ৰিপ্ত’ জমা আৰু উইথড্ৰ’ল কৰিব?
- WazirXত কেনেকৈ ট্ৰেডিং মাচুল গণনা কৰিব?
- কেনেকৈ এটা ষ্টপ-লিমিট অৰ্ডাৰ দিব?
- WazirXত কেনেকৈ ট্ৰেডিং ৰিপোৰ্ট ডাউনলোড কৰিব?
- WazirX P2P কেনেকৈ ব্যৱহাৰ কৰিব?
- WazirX কৰ্নভাৰ্ট ক্ৰিপ্ত’ডাষ্ট সুবিধাবোৰ কেনেকৈ ব্যৱহাৰ কৰিব?
- WazirX ৰেফাৰেল সুবিধাৰ লাভবোৰ কি কি আৰু এইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব?
- অফিচিয়েল WazirX চেনেলবোৰ কোনবোৰ, আৰু কেনেকৈ WazirX-ৰ সমৰ্থন পাব?
ট্ৰেডিং মাচুল গণনা
WazirX-ত দুইপ্ৰকাৰৰ ট্ৰেড আছে:
- স্পট ট্ৰেড: কইন অনুসৰি মাচুল বিতৰণৰ বাবে, অনুগ্ৰহ কৰি পৰিদৰ্শন কৰক: https://wazirx.com/fees
- P2P: কোনো মাচুল প্ৰয়োজ্য নহয়।
আপুনি পৰিশোধ কৰা প্ৰযোগ হোৱা ট্ৰেডিং মাচুল WazirX-ত থকা আপোনাৰ WRX-ৰ পৰিমাণৰ দ্বাৰা নিৰ্ধাৰণ হ’ব। আপুনি অধিক WRX ৰাখিলে,আপোনাৰ ট্ৰেডিং মাচুল কম হ’ব। ট্ৰেডৰ সময়ত আপুনি ৰখা WRX-ৰ ভিত্তিত আপোনাৰ ট্ৰেডিং মাচুলৰ হাৰ তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰা হ’ব:
WRX Holdings | Trading Fee Payable |
0-10 WRX | 0.20% |
10-200 WRX | 0.17% |
200-1000 WRX | 0.15% |
>1000 WRX | 0.10% |
উদাহৰণ স্বৰূপে, ধৰি লওক, আপুনি WazirX-ত 250 WRX ৰাখিছে, আৰু USDT মাৰ্কেটত 100 USDT মূল্যৰ BTC কিনিছে। এনে ক্ষেত্ৰত, এই আদেশত 0.15%-ৰ এক ট্ৰেডিং মাচুল, অৰ্থাত্ 0.15 USDT পৰিশোধ কৰিব লাগিব।
‘WRX-ত ট্ৰেডিং মাচুল পৰিশোধ’ বিকল্প কেনেকৈ সক্ৰিয়/নিষ্ক্ৰিয় কৰিব?
পদক্ষেপ 1: একাউণ্ট ছেটিংছলৈ যাওক
মোবাইল:
ৱেব:
পদক্ষেপ 2: মাচুল ছেটিংত ক্লিক কৰক
মোবাইল:
ৱেব:
পদক্ষেপ 3: ‘WRX-ৰে ট্ৰেডিং মাচুল পৰিশোধ’ সক্ৰিয়/ নিষ্ক্ৰিয় কৰিবলৈ ৰেডিঅ’ বটন ক্লিক কৰিব
সঘনাই কৰা প্ৰশ্নবোৰ
1) ‘WRX-ৰ ট্ৰেডিং মাচুল পৰিশোধ’ সুবিধা সক্ৰিয় কৰাৰ পাছত, মই ট্ৰেডিং মাচুলৰ গণনা কেনেকৈ কৰিম?
ধৰা হ’ল আপুনি BTC/USDT মাৰ্কেটত ট্ৰেড কৰিছে, আৰু এই ট্ৰেডৰ বাবে গণনা কৰা মুঠ মাচুল 2 USDT হয়, আৰু 1 WRX-ৰ বৰ্তমান বজাৰ মূল্য 1 USDT, এনে পৰিস্থিতিত, আপুনি 2 WRX ট্ৰেডিং মাচুল হিচাপে পৰিশোধ কৰিব লাগিব।
2) ) ‘WRX-ৰ ট্ৰেডিং মাচুল পৰিশোধ’ সুবিধা সক্ৰিয় কৰাৰ পাছত, মোৰ একাউণ্টত অপৰ্য্যাপ্ত WRX আছে, কি হ’ব?
এনে ক্ষেত্ৰত, আপুনি ট্ৰেডিং কৰা বজাৰৰ ওপৰত নিৰ্ভৰ কৰি মাচুল INR, USDT, বা BTCত পৰিশোধ কৰিব পাৰিব।
3) আনলক সূচী অনুসৰি ট্ৰেডিং মাচুলৰ বাবে মোৰ WRX ৰিজাৰ্ভ আছে, মই সুবিধাবোৰ এতিয়াও সক্ৰিয় কৰিব পাৰিমনে?
হয়, WRX, মাচুল কেৱল তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি যদি আপুনি এই বিকল্প সক্ৰিয় কৰে।
যদি আপোনাৰ অন্য কোনো প্ৰশ্ন আছে, তলত দিয়া মন্তব্যৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। আমি আপোনাক সহায় কৰিবলৈ সুখী হম।
শুভ ট্ৰেডিং!
