
Table of Contents
প্ৰিয় গোট!
আমি আপোনাৰ ক্ৰিপ্ত’ যাত্ৰাৰ অংশ হ’বলৈ পাই আনন্দিত হৈছোঁ। অনুগ্ৰহ কৰি নিশ্চিত হওক যে যদি আপোনাক কিবা সহায়ৰ প্ৰয়োজন হয় আমি WazirX-ত আপোনাৰ বাবে ইয়াত আছোঁ। লগতে যদি আপুনি আমাৰ নিৰ্দেশনা পঢ়াৰ পিছত কিবা উদ্বেগ থাকে, তেন্তে আপুনি আমাক ইয়াত যোগাযোগ কৰিব পাৰিব।
WazirX-ৰ নিৰ্দেশনা
- WazirX-ত কেনেকৈ এটা একাউণ্ট খোলা হয়?
- WazirX-ত কেনেকৈ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় ?
- WazirX-ত কেনেকৈ এটা বেংক একাউণ্ট আৰু INR জমা কৰা হয়?
- আপোনাৰ WazirX ৱালেটত মবিকৱিকৰ(Mobikwik ) যোগেদি কেনেকৈ INR জমা কৰা হয়?
- WazirX কুইকবাই সুবিধাৰে কেনেকৈ ক্ৰিপ্ত’ ক্ৰয় কৰিব?
- WazirX-ত কেনেকৈ ক্ৰিপ্ত’ ক্ৰয় আৰু বিক্ৰয় কৰিব?
- WazirX-ত কেনেকৈ ক্ৰিপ্ত’ জমা আৰু উইথড্ৰ’ল কৰিব?
- WazirX-ত কেনেকৈ ট্ৰেডিং মাচুল গণনা কৰিব?
- কেনেকৈ এটা ষ্টপ-লিমিট অৰ্ডাৰ দিব?
- WazirX-ত কেনেকৈ ট্ৰেডিং ৰিপোৰ্ট ডাউনলোড কৰিব?
- WazirX P2P কেনেকৈ ব্যৱহাৰ কৰিব?
- WazirX কৰ্নভাৰ্ট ক্ৰিপ্ত’ডাষ্ট সুবিধাবোৰ কেনেকৈ ব্যৱহাৰ কৰিব?
- WazirX ৰেফাৰেল সুবিধাৰ লাভবোৰ কি কি আৰু এইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব?
- অফিচিয়েল WazirX-ৰ চেনেলবোৰ কোনবোৰ, আৰু কেনেকৈ WazirX-ৰ সমৰ্থন পাব?
WazirX ৰেফাৰেল প্ৰ’গ্ৰাম
এই প্ৰ’গ্ৰামে আপোনাক নিজেই নিজৰ বছ হোৱাৰ সুযোগ দিয়ে! ইয়াত আপুনি আপোনাৰ বন্ধু আৰু পৰিয়ালক WazirX-ত যোগদান কৰাবলৈ আপোনাৰ ৰেফাৰেল কোড শ্বেয়াৰ কৰিব পাৰিব, আৰু যদি তেওঁলোকে তেনে কৰে, আপুনি তেওঁলোকে পৰিশোধ কৰা ট্ৰেডিং মাচুলৰ ওপৰত পুৰষ্কাৰ লাভ কৰিব পাৰিব।
ৰেফাৰেল প্ৰ’গ্ৰামৰ লাভবোৰ কি কি?
- আপুনি অসীমিত পুৰষ্কাৰ লাভ কৰিব!
আপোনাৰ বন্ধুৱে অধিক ট্ৰেড কৰিলে, আপুনি অধিক উপাৰ্জন কৰিব।
- পুৰষ্কাৰ হিচাপে ট্ৰেডিং মাচুলৰ 50% অৰ্জন কৰিব
আপোনাৰ বন্ধুৱে প্ৰতিবাৰ ট্ৰেড কৰিলে, আপুনি WRX-ত তেওঁলোকৰ ট্ৰেডিং মাচুলৰ 50% পুৰষ্কাৰ হিচাপে লাভ কৰিব।
- প্ৰতি 24 ঘন্টাত পে-আউট
এটা দিনত অৰ্জন কৰা সকলো পুৰস্কাৰ পৰৱৰ্তী 24 ঘন্টাত আপোনাৰ একাউণ্টত ক্ৰেডিট কৰা হ’ব। সাধাৰণতে ৰাতিপুৱা সোনকালে।
- অসীমিত ৰেফাৰেল
আপুনি যিমান পাৰে আৰু বিচাৰে সিমান বেছি বন্ধুৰ সৈতে আপোনাৰ ৰেফাৰেল লিংক শ্বেয়াৰ কৰিব পাৰিব।
আপুনি আপোনাৰ ৰেফাৰেল কোড কেনেকৈ পাব?
মোবাইল:
1) একাউণ্ট ছেটিংৰ পৰা, ইনভাইট এণ্ড আৰ্ণত ক্লিক কৰিব
2) ৰেফাৰেল লিংক কপি কৰিব আৰু আপোনাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব
বেৱ:
- হ’ম পেজত: “ইনভাইট এণ্ড আৰ্ণ”ত ক্লিক কৰিব
2. ৰেফাৰেল লিংক কপি কৰিব আৰু ইয়াক আপোনাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব
অধিক বিৱৰণৰ বাবে আপুনি আমাৰ ৰেফাৰেল পেজ পৰিদৰ্শন কৰিবও পাৰিব। আপুনি কিহৰ বাবে অপেক্ষা কৰি আছে? ৰেফাৰেলৰ সুবিধা ব্যৱহাৰ কৰক আৰু সকলো সময়তে উপাৰ্জন কৰক!
শুভ ট্ৰেডিং!
